Sunday, December 20, 2020

Bajaj

 https://ekyc2.bajajfinservsecurities.in/ekyc/?utm_source=BFL-SEO-Pages&utm_medium=organic&utm_campaign=demat-landing-page


https://ekyc2.bajajfinservsecurities.in/ekyc/?utm_source=BFL-SEO-Pages&utm_medium=organic&utm_campaign=demat-landing-page




BAJAJ FINSERB

Saturday, June 6, 2020

Free Fire Duo Tournament


Tournament Details....



প্ৰতি, মাননীয়

বিষয়, Free Fire Duo খেলাৰ আয়োজন কৰা হৈছে ।

অহা ইং 30/06/20 তাৰিখত ৰাতিপুৱা 10 AM বজাত Dumuria M.E. School ত খেল আৰম্ভ কৰা হব। Tournament Join কৰিব বাবে এজন player ৰ ₹100 টকা বা এটা Duoৰ ₹200 টকা দি Join লব লাগিব । খেল আৰম্ভ হোৱাৰ 30 মিনিট আগত Room Id আৰু Password দিয়া হব । যি Duo ই Booyah কৰিব  সিহঁতক প্ৰথম পুৰুষ্কাৰ দিয়া হব। আৰু যি Duoই সকলতকৈ বেছি kill কৰিব সিহঁতক দ্বিতীয় পুৰুষ্কাৰ দিয়া হব। প্ৰথম পুৰুষ্কাৰ ₹2,000.00 টকা আৰু দ্বিতীয় পুৰুষ্কাৰ ₹1,200.00 দিয়া হব।  পুৰুষ্কাৰৰ পৰিমাণ কম বেছি হব পাৰে। যদি বেছি মানুহে খেল join কৰে তেন্তে পুৰুষ্কাৰৰ পৰিমাণ বেছি হব । আৰু যদি কম মানুহে join কৰে তেন্তে পুৰুষ্কাৰৰ পৰিমাম অলপ কম হব পাৰে। 




                         


Contact Us...


1. Faruk Hasan {Phone.+91 7002262912}
2. Jahidul Islam { Phone. +916001137487}
3. Nazim Uddin { Phone +917002838873}



Payment Address.


* Paytm No. 7002262912
* Phonepe. 7002262912@ybl
* Google Pay. 7002262912@oksbi



Read Carefully...

Tournament Ruls.. 


* আপোনালোকে ঘৰৰ পৰা বা যিকোনো ঠাইৰ পৰা Tournament খেলিব পাৰিব ।

*  প্রতিজন Player ৰ Minimum Level 30 হব লাগিব।

* যদি কোনোবাই আন Duoৰ লগত Team Up কৰে তেন্তে সিহঁতক Tournamentৰ পৰা বাহিৰ কৰি দিয়া হব ।

* যদি কোনোবাই Third party App বা Hackৰ ব্যৱহাৰ কৰে তেন্তে সিহঁতক Tournamentৰ পৰা বাহিৰ কৰি দিয়া হব।

* খেল আৰম্ভ হোৱাৰ 30 মিনিট আগত Room ID আৰু Password দিয়া হব আৰু এই 30 মিনিটৰ ভিতৰতে Roomত Join হব লাগিব।


How To Join Tournament.


Tournament ত Join কৰিবৰ বাবে ওপৰত দিয়া Join botton Click কৰিব লাগিব আৰু তাৰপিছত এটা Form খোল খাব সেই Form টো Fill Up কৰিব লাগিব। আৰু এটা বিশেষ কথা Join fees টো Online বা cash ত দিব পাৰে । Online ত দিব বিচাৰিলে Paytm , Google Pay, বা phonrpeত দিব পাৰিব।Online Payment Address ওপৰত দিয়া আছে।  Onlineত Payment কৰিলে Paytment Proofৰ Screen Short Join Formত Upload কৰিব লাগিব। আৰু যদি Cash Payment কৰে তেন্তে আমাৰ ফালৰ পৰা এটা Payment Receipt পাব সেই Receipt টো Photo মাৰি Join Formত Upload কৰিব লাগিব।


         Thanks For Visite Our Site....





Website Developer. Faruk Hasan..